Search results for #BohagBihu
নেহৰুবালিত বসন্ত উৎসৱৰ সামৰণিঃ পাপনৰ গীতত মুগ্ধ দৰ্শক.. asomiyapratidin.in/assam/nagaon/r… #nagaonbihu #bohagbihu #nagaonnews
বামুণীমৈদামত "ব'হাগৰ মধুৰ লগন" সম্পন্ন asomiyapratidin.in/guwahati-news/… #guwahati #bohagbihu
অভিনেতা অৰুণ হাজৰিকাই জুৰিলে বিহুগীত... #BohagBihu | #aasu
‘জোনবাই এ বেজী এটি দিয়া’...অভিনেতা নয়ন নীলিমে গালে বিহুগীত৷ #BohagBihu | #assu
জুবিনৰ গীতৰ তালে তালে যুৱকৰ বোকা নৃত্য... #BohagBihu | #festival
পাঁচ শতাধিক বিহুৱতীয়ে কপালে উৰিয়াগাঁও খেলপথাৰ.. asomiyapratidin.in/assam/nagaon/b… #uriyagaonnews #nagaonnews #bohagbihu
কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ গীতৰ তালে তালে নাচিলে বৰমাবাসীয়ে... #AchurjyaBorpatra | #bohagbihu
😍বিহুটি আদৰৰ বিহুটি সাদৰৰ বিহুটি আঁচলৰ ধন, এনোৱা বিহুটি এৰিব নোৱাৰো বান্ধিব নোৱাৰো মন | RONGALI BIHU 2024 Celebrations at The i-SCHOOL Sawkuchi Guwahati. #BihuCelebrations #bohagbihu #THE_i_SCHOOL #Guwahati #Assam
Bohag Bihu marks the start of the planting season and the Assamese New Year. May the vibrancy of Bihu brighten your path towards progress and continued success. HOD extends warm wishes for a happy Bihu celebration! #hod #bohagbihu #bihu #happybihu #bihucelebration #awesomeassam
তামুলপুৰত ৩৫ সংখ্যক উলুবাৰী আঞ্চলিক ব’হাগী উৎসৱ আৰম্ভ asomiyapratidin.in/assam/bodoland… #bohagbihu #bihu
সমূহ ৰাইজলৈ চেৰা বিহুৰ আন্তৰিক ওলগ জনালোঁ। আজি বৰগছৰ তলত বিহু উৰুৱালেও আমাৰ হৃদয়ত ব'হাগ সদায়ে থাকিব, জাতিটোক ব'হাগে সমৃদ্ধ কৰি ৰাখিব। #BohagBihu
Kopou ful, the foxtail orchid is the state flower of Assam. It’s scientific name is Rhynchostylis retusa. Recently it isalso declared as the state flower of Arunachal Pradesh #kopouphool #bohagbihu #bihufestivalofassam
অসমীয়া নাৰী সমাজলৈ জীয়ৰী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। বিহুৰ পঞ্চম দিনা চেনেহী বা জীয়ৰী বিহু পালন কৰা হয়, যিটো দিন অসমীয়া নাৰী সমাজৰ মৰ্য্যদাৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ। এই বিহুত বিয়া দিয়া জীয়ৰী নিজৰ মাকৰ ঘৰলৈ আহে আৰু আটাইয়ে স্ফূৰ্টিৰে মাকৰ ঘৰত দিনটো পাৰ কৰে। #BohagBihu
আজি ভূমিপুত্ৰ দেউৰীসকলৰ ব’হাগ বিহু। ব’হাগৰ প্ৰথমটো বুধবাৰে দেউৰীসকলে পালন কৰে বিহুৰ উৰুকা। দেওশালত পূজা-অৰ্চনা কৰি বোকা বিহু উদযাপন। বোকা বিহু মাৰি আনন্দত মতলীয়া দেউৰী ডেকা-গাভৰু। #BohagBihu | #Assam
Today marks the fifth day of Rongali Bihu, also known as Nangolor Bihu, a celebration that pays homage to the crucial farm equipment essential for sustaining agriculture. #rongalibihu2024 #assambihu #bohagbihu #abocwwb @mygovassam
নাঙলৰ মুঠিতে জাতিটোৰ শকতি, নাঙলৰ সীৰলুতে জাতিটোৰ প্ৰাণ...। সমূহ ৰাইজলৈ নাঙল বিহুৰ ওলগ যাচিছোঁ। শইচেৰে উপচি পৰক পথাৰ, চহা ৰাইজ কুশলে থাকক, এই বিশেষ দিনটোৰ এয়ে আন্তৰিক কামনা। #BohagBihu
ডিব্ৰুগড়ৰ ৰিতুপৰ্ণা দাসৰ শিৰত লতাশিলৰ 'বিহু কুঁৱৰী'ৰ খিতাপ। #BohagBihu | #Guwahati
গুৱাহাটী বিহু সন্মিলনী- ২০২৪ৰ 'বিহু ৰাণীৰ' খিতাপ দখল ধেমাজিৰ পাহাৰী বুঢ়াগোহাঁইৰ । #BohagBihu | #Guwahati